মোৰ জন্ম, ২০০৫ চনৰ ডিচেম্বৰ মাহত বাংগালোৰ লেভেল
ৰোডত হয় । মই শুনা মতে মোৰ জন্ম এঘৰ বিখ্যাত কানাড়া মানুহৰ ঘৰত হৈছিল । মোৰ ভাই ভন্তী সাত আঠটা মান হোৱা বাবে মোক আন্য এঘৰ মানুহৰ ঘৰত লৈ আহা হল । এনে কাৰণতে মন থকা চত্তেও মই কানাড়া ভাষাটো
শিকিব নোৱাৰিলো ।
নতুন ঘৰত মোৰ চিনাকি হয় ঝুলু আৰু মাচাইৰ লগত ।
ঝুলু Irish Red Setter আৰু মাচাই হল Labrador । মই চবতকৈ সৰু কাৰণে মোক চবে বেছ মৰম কৰিছিল ।
মই যঠেষ্ট বদমাছি কৰিছিলো । মোৰ বদমাছিৰ কাৰণেই
মোৰ নাম কেচি হয় । তামিল ভাষাত Kutti Chatan মানে (the little devil) । এই কুত্তি চাতন শব্দটোৰ পৰাই মোৰ
নাম কেচি হয় ।
যি নাম দি মাতা সেয়ে মিঠা
নিবিৰ গোপন কিযে মায়া
যি নামৰে সোন পৰশত
মোৰ স্ব্ৰনালী হয় হিয়া ।
About my Origin
I was born in Bangalore on December 2005 some where on Lavelle Road. As far as my knowledge goes , I was born in a famous Kannada family. However I had seven - eight brothers and sisters , hence I was adopted by another near by family. Because of this I could not learn Kannada properly.
I got introduced to Zulu and Masai in the new family. Zulu is an Irish Red setter and Masai is a Labrador. I was the youngest of all and loved by everyone.
I was very naughty and because of my behaviour I got the name Casey. In Tamil Kutti Chatan Means “the little devil”. From this Kutti Chatan word My name became "Casey" .( Phonetic)
"What's in a name? That which we call a rose
By any other word would smell as sweet." ........Shakespeare.
Showing posts with label জন্মৰ কথা. Show all posts
Showing posts with label জন্মৰ কথা. Show all posts
Friday, November 24, 2006
Subscribe to:
Posts (Atom)